ಅರ್ಥ : এবিধ মুখেৰে বজোৱা বাদ্য যাক পবিত্র জ্ঞান কৰা হয় আৰু দেৱকার্যত বজোৱা হয়
ಉದಾಹರಣೆ :
শংখ সাগৰত পোৱা যায়
ಸಮಾನಾರ್ಥಕ : কম্বু
ಅರ್ಥ : এক প্রকাৰ পবিত্র বুলি মনা আৰু দেৱতাৰ আগত ধার্মিক অনুস্থানসমূহত বজোৱা ডাঙৰ শামুকৰ খোলা
ಉದಾಹರಣೆ :
পুৰোহিতে সত্যনাৰায়ন কথাৰ সময়ত শংখ বজাইছিল
ಸಮಾನಾರ್ಥಕ : শঙ্খ