ಅರ್ಥ : উপদ্রৱ কৰি জপিওৱা
ಉದಾಹರಣೆ :
যʼতেই দুই-চাৰিটা লʼৰা-ছোৱালী গোট খাই, তাতেই লৰা ঢপৰা আৰম্ভ কৰি দিয়ে
ಸಮಾನಾರ್ಥಕ : লৰা ঢপৰা
ಅರ್ಥ : ইফালে সিফালে দৌৰিবলগীয়া হোৱা কোনো কামৰ উদ্যোগ
ಉದಾಹರಣೆ :
মহেশে বহুত লৰা-ঢপৰা কৰাৰ পিছতহে নিজৰ ভায়েকক চাকৰি দিয়াব পাৰিলে
ಸಮಾನಾರ್ಥಕ : দৌৰা-দৌৰি