ಅರ್ಥ : শৰীৰৰ ওপৰত থকা বহুত সৰু আৰু পাতল চুলি
ಉದಾಹರಣೆ :
ভয়ৰ কাৰণে শ্যামৰ গাৰ নোম শিঁয়ৰি উঠিল
ಸಮಾನಾರ್ಥಕ : নোম
ಅರ್ಥ : জন্তুৰ ছালৰ ওপৰৰ অংশৰ পৰা ওলোৱা সূতাৰ লেখীয়া পাতল আৰু দীঘল এক ধৰণৰ বস্তু
ಉದಾಹರಣೆ :
বান্দৰৰ গোটেই দেহ নোমেৰে আৱৰা
ಸಮಾನಾರ್ಥಕ : নোম