ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ লেৰেলা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

লেৰেলা   ক্ৰিয়া

ಅರ್ಥ : অধিক ৰʼদ, সাৰ আদিৰ বাবে উদ্ভিদ মৰি যোৱা

ಉದಾಹರಣೆ : পানীৰ অভাৱত গোটেই শস্যখিনি ্জঁই পৰিল

ಸಮಾನಾರ್ಥಕ : জঁই ্পৰা, শুকাই যোৱা

লেৰেলা   বিশেষণ

ಅರ್ಥ : যি নিশকতীয়া আৰু পাতল শৰীৰৰ

ಉದಾಹರಣೆ : দৌৰ প্রতিযোগিতাত এজন খীণ লʼৰাই পদক লাভ কৰিলে

ಸಮಾನಾರ್ಥಕ : কৃশ, কেটেঙা, ক্ষীণ, ক্ষীণকায়, খীণ, খীণ-মিন, পিলপিলীয়া, লিকলিকীয়া, শী্র্ণ

ಅರ್ಥ : যাৰ সতেজতা নোহোৱা হৈছে

ಉದಾಹರಣೆ : গৰমত লেৰেলা গছ-গছনিবোৰ বৰষুণ পৰোতেই সেউজীয়া হৈ পৰিল

ಅರ್ಥ : যি বহুত ্দুর্বল আৰু ক্ষীণ

ಉದಾಹರಣೆ : তেওঁ ্বেমাৰৰ কাৰণে ক্ষীণকায় হৈ গৈছে

ಸಮಾನಾರ್ಥಕ : অস্থি্চর্ম্্সাৰ, কংকালসাৰ, কঙ্কালসাৰ, কিৰকিৰীয়া, কৃশ, ক্ষীণকায়, খিচিৰা, খীণ-মীন, চঁ্ছালি ওলোৱা, চিঁয়া মৰা, চেৰেলা, চেৰেলা-চেপেটা, জঁ্কাভাৰী, টেটেৰা, টোটোৰা পৰা, নলীয়া, মৰ চেৰেলা, মৰকুচিয়া, মৰা মুগা যেন, মৰা-মূছা, লেৰেলা-চেৰেলা, লেৰেলা-ঠেৰেলা, লেৰেলী-ঠেৰেলী (স্ত্রী), শুকান, শুকান-উবান, শোটোৰা পৰা, সোপোৰা, হাড় ছাল, হাড়-খৰাহি, হাড়ত খোৱা

ಅರ್ಥ : যি শুকাবলৈ ধৰিছে

ಉದಾಹರಣೆ : লেৰেলি যোৱা গছবোৰত পানী ঢালি দিয়া

ಸಮಾನಾರ್ಥಕ : লেৰেলি যোৱা

चौपाल