ಅರ್ಥ : এক প্রকাৰ গোলাকাৰ মিঠা ফল লগা চিৰসেউজ বৃক্ষ
ಉದಾಹರಣೆ :
তেওঁ লিচুত উঠি লিচু খাই আছে সি লিচু গছত উঠি আছে
ಸಮಾನಾರ್ಥಕ : লিচু গছ
ಅರ್ಥ : এবিধ সৰু আকাৰৰ গোলাকাৰ মিঠাজাতীয় ফল
ಉದಾಹರಣೆ :
লিচুৰ বাকলি টান আৰু কাঁইটীয়া ধৰণৰ