ಅರ್ಥ : এটা বস্তু আন এটা বস্তুৰে স্পর্শিত হোৱা
ಉದಾಹರಣೆ :
যাওঁতে যাওঁতে মোৰ হাতখন বিজুলীৰ খুটাত লাগি গʼল
ಸಮಾನಾರ್ಥಕ : চুই পোৱা
ಅರ್ಥ : কোনো কামত দৃঢ়তাৰে লাগি থকা
ಉದಾಹರಣೆ :
বিবাহ ওচৰ চপাৰ লগে-লগে পৰিয়ালবর্গই প্রস্তুতিত পূর্ণোদ্যমে লাগি গʼল
ಸಮಾನಾರ್ಥಕ : লগা