ಅರ್ಥ : বার্মাৰ সৈতে সম্বন্ধ থকা বা বার্মাৰ
ಉದಾಹರಣೆ :
তেখেতে বর্মীয় সীমাৰ গ্রাম্যাঞ্চলত ফুৰিবলৈ গৈছে
ಸಮಾನಾರ್ಥಕ : বর্মীয়
ಅರ್ಥ : বার্মা ভাষাৰ বা বার্মা ভাষাৰ সৈতে সম্বন্ধ থকা
ಉದಾಹರಣೆ :
তেওঁৰ ওচৰত বর্মী কিতাপৰ এটা ভাল সংগ্রহ আছে
ಸಮಾನಾರ್ಥಕ : বর্মী