ಅರ್ಥ : বস্তু আদি ভৰাবলৈ বা সাঁচি ৰাখিবৰ কাৰণে কাপোৰ আদিৰ পৰা তৈয়াৰ কৰা এক প্রকাৰৰ পাত্র বিশেষ
ಉದಾಹರಣೆ :
মোনাটো ফাটি যোৱাৰ কাৰণে কিছুমান বস্তু ৰাষ্টাতে পৰি আহিল
ಸಮಾನಾರ್ಥಕ : জোলোঙা
ಅರ್ಥ : যি কাপোৰত কিতাপ, বহি আদি বান্ধি ৰখা হয় বা বন্ধা হয়
ಉದಾಹರಣೆ :
ককাই ৰচীদবোৰ মোনাত ৰাখে
ಸಮಾನಾರ್ಥಕ : বেগ