ಅರ್ಥ : যি ঠাইৰ পৰা ৰাষ্টা কোনো দিশলৈ গতি কৰিছে
ಉದಾಹರಣೆ :
আগৰ মেচটোৰ পৰা এই ৰাষ্টাটো সিধা সাগৰৰ পিনে গৈছে
ಸಮಾನಾರ್ಥಕ : মেৰ
ಅರ್ಥ : দুটা দল বা ভালেমান প্রতিযোগীয়ে প্রতিযোগিতাত অংশগ্রহণ কৰা খেল বিশেষ
ಉದಾಹರಣೆ :
আমি ভাৰত আৰু শ্রীলংকা মেচ চাই আছোঁ