ಅರ್ಥ : মানদণ্ডৰ আধাৰত কৰা কোনো বস্তু আদিৰ মহত্ত্ব
ಉದಾಹರಣೆ :
নৈতিক মূল্যৰ দিনে-দিনে অৱনতি ঘটিবলৈ লৈছে
ಅರ್ಥ : কোনো বস্তুৰ সেই গুণ বা যোগ্যতা বা উপযোগিতা যাৰ আধাৰত তাৰ আর্থিক মূল্য নি্র্ধাৰণ কৰা হয়
ಉದಾಹರಣೆ :
হীৰাৰ মূল্য জহুৰীয়েহে জানে
ಸಮಾನಾರ್ಥಕ : দাম