ಅರ್ಥ : মিশ্রণ কৰা বা মিহলোৱা কার্য
ಉದಾಹರಣೆ :
খেতিয়কে খেতিপথাৰত দিবৰ বাবে সাৰৰ মিশ্রণ কৰি আছে
ಸಮಾನಾರ್ಥಕ : মিহলি
ಅರ್ಥ : দুই বা ততোধিক বস্তু একেলগে মিহলি কৰা কার্য
ಉದಾಹರಣೆ :
কবিৰাজে ঔষধৰ মিশ্রণ কৰি আছে
ಸಮಾನಾರ್ಥಕ : সংমিশ্রণ