ಅರ್ಥ : ঈশ্বৰক ধ্যান কৰিবলৈ এৰি সংসাৰৰ বস্তুক সর্বস্ব বুলি ধৰি লোৱা কার্য ্বা ভাব
ಉದಾಹರಣೆ :
সাধুসকল মোহত নপৰে
ಸಮಾನಾರ್ಥಕ : মোহ
ಅರ್ಥ : মাকৰ নিজৰ সন্তানৰ প্রতি ওপজা মৰম
ಉದಾಹರಣೆ :
শিশু মাকৰ মমতাৰ ছাঁয়াত ডাঙৰ-দীঘল হয়