ಅರ್ಥ : মটমট শব্দ উৎপন্ন কৰা
ಉದಾಹರಣೆ :
বাহনিডৰাত জুই লগাৰ কাৰণে বাঁহবোৰ মৰ-মৰ কৰিবলৈ ধৰিছে
ಸಮಾನಾರ್ಥಕ : মট-মট কৰা
ಅರ್ಥ : কোনো বস্তু আদিৰ মচমচকৈ শ্্ব্দ হোৱা কার্য
ಉದಾಹರಣೆ :
মই বহাৰ লগে-লগে খাতিয়াখনে মটমটাবলৈ ধৰিছে
ಸಮಾನಾರ್ಥಕ : কেটকেটোৱা