ಅರ್ಥ : সর্বস্াধাৰণৰ সন্মুখত বহি বা থিয় হৈ কোনো কাম কৰিবৰ কাৰণে বা কিবা কʼবৰ কাৰণে কৰি লোৱা ওখ মণ্ডৱ বা স্থান
ಉದಾಹರಣೆ :
নেতাজী মঞ্চৰ ওপৰত আছিল
ಸಮಾನಾರ್ಥಕ : ষ্টেজ
ಅರ್ಥ : মানুহে নি্র্মাণ কৰি লোৱা সমান আৰু ওখ ঠাই বিশেষ
ಉದಾಹರಣೆ :
মনীষী গৰাকীয়ে মঞ্চত বহি ্ ধর্মালোচনা কৰিছে
ಸಮಾನಾರ್ಥಕ : বেদী