ಅರ್ಥ : যি কাপোৰ, গহনা আদি ধাৰণ কৰি আছে
ಉದಾಹರಣೆ :
সজ্জিত মহিলাই মঞ্চত নৃত্য কৰি আছিল
ಸಮಾನಾರ್ಥಕ : সজ্জিত
ಅರ್ಥ : অলংকাৰ পিন্ধা বা যি ৰত্ন আদিৰে সুসজ্জিত
ಉದಾಹರಣೆ :
সমাৰোহত স্বর্ণাভূষণেৰে অলংকৃত মহিলাগৰাকীক সকলোৱে ৰ লাগি চাইছিল
ಸಮಾನಾರ್ಥಕ : অলংকাৰপূর্ণ, অলংকৃত, আভূষিত, বিভূষিত, সজ্জিত