ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ভিতৰি ভিতৰি ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ভিতৰি ভিতৰি   ক্ৰিয়া বিশেষণ

ಅರ್ಥ : মৌন ৰূপেৰে

ಉದಾಹರಣೆ : আপুনি ইয়াত মনে মনে বহি থাকক

ಸಮಾನಾರ್ಥಕ : অগোচৰে, অজ্ঞাতসাৰে, অপ্রকাশ্যে, আঁতে আঁতে, আঁৰলে-নিৰলে, আঁৰে আঁৰে, আলচুলকৈ, কোনেও নজনাকৈ, গুপ্তভাৱে, গোপনে, চুপ-চাপ, চুপে-চাপে, চোৰাংকৈ, টিপতে, ঠাৰে-চিয়াঁৰে, ঠাৰে-ঠোৰে, তলে তলে, থাপ-থোপকৈ, থুপে থাকে, থোপে-গোপে, পেটে পেটে, ভিতৰে ভিতৰে, মনে মনে, লুকঢাককৈ, লুকাই লুকাই, লুকাই-চুৰকৈ, শান্তভাৱে, সংগোপনে, সংগোপে, সুত কৰে, সুতুক কৰে, সুৰুক কৰে

ಅರ್ಥ : কোনো নির্দিষ্ট সময়, স্থান, সীমা আদিৰ মাজত থকা অৱস্থিতি

ಉದಾಹರಣೆ : মই দুঘণ্টাৰ ভিতৰতে ঘূৰি আহিম

ಸಮಾನಾರ್ಥಕ : অন্তৰি, ভিতৰত, ভিতৰতে, ্আঁহে-কোঁহে

चौपाल