ಅರ್ಥ : যিটো কাৰোবাৰ ওপৰত জাপি দিয়া হয়
ಉದಾಹರಣೆ :
মই এশ কিলোতকৈ অধিক বোজা উঠাব নোৱাৰোঁ
ಸಮಾನಾರ್ಥಕ : বোজা
ಅರ್ಥ : একেলগ কৰি বান্ধি থোৱা বস্তুৰ দʼম
ಉದಾಹರಣೆ :
খেতিয়কে ধানৰ বোজা গৰুগাড়ীত লাদি আছে
ಸಮಾನಾರ್ಥಕ : বোজা
ಅರ್ಥ : কিহবাৰ ওপৰত বস্তু ৰখা বা ভৰোৱা
ಉದಾಹರಣೆ :
মোৰ বস্তু এতিয়াও বোজা কৰা নাই ট্রাকত মালবস্তু বোজা কৰিলে
ಸಮಾನಾರ್ಥಕ : বোজা