ಅರ್ಥ : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া
ಉದಾಹರಣೆ :
লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে
ಸಮಾನಾರ್ಥಕ : ছিঙা, টুকুৰা কৰা, ভঙা, ভাগি দিয়া, ভাঙি দিয়া
ಅರ್ಥ : পৃথক বা বেলেগ হোৱা
ಉದಾಹರಣೆ :
মুন্নাৰ এটা দাঁত ভাগিল