ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : বোকা যুক্ত বা যʼত বোকা থাকে
ಉದಾಹರಣೆ : ইয়াৰ মাটি বোকাময়
ಅರ್ಥ : বোকাৰে ভৰি থকা
ಉದಾಹರಣೆ : বাৰিষাকালত বোকাময় ৰাস্তাৰে যোৱাটো জটিল হৈ পৰে
ಸಮಾನಾರ್ಥಕ : পংকময়, পংকাকুল, পংকিল, পঙ্কময়, পঙ্কাকুল, পঙ্কিল
ಅರ್ಥ : যʼত বোকা আছে
ಉದಾಹರಣೆ : তেওঁ ্আন্ধাৰত এটা বোকাময় খালত সৰি পৰিল
ಸಮಾನಾರ್ಥಕ : পংকিল, পঙ্কিল
ಅರ್ಥ : পুখুৰীৰ পানী বা বোকাৰ সৈতে সম্বন্ধিত
ಉದಾಹರಣೆ : কুমাৰে বোকাময় মাটিৰে বাচন তৈয়াৰ কৰি আছে
ಸ್ಥಾಪನೆ