ಅರ್ಥ : কিলাৰ দেৱালৰ অলপ দূৰে দূৰে থকা ত্রিকোণাকৃতিৰ ঠাই
ಉದಾಹರಣೆ :
বুৰুজৰ আঁৰৰ ্পৰা সৈন্যই যুদ্ধ কৰিছিল
ಅರ್ಥ : মিনাৰৰ ওপৰৰ ভাগ অথবা কোনো অট্টালিকাৰ ওপৰত সজা মিনাৰ
ಉದಾಹರಣೆ :
বুৰুজৰ ওপৰত উৰি থকা পতাকাখন দূৰৰ পৰাই দেখা পোৱা যায়
ಸಮಾನಾರ್ಥಕ : মিনাৰ