ಅರ್ಥ : ধ্যান বা বোধলৈ অহা
ಉದಾಹರಣೆ :
এই কামটো মই পিছত কৰিম কাৰণ এতিয়া মই একো বুজি পোৱা নাই
ಅರ್ಥ : অনুভব বা সংবেদন আদিৰ পৰা জ্ঞান লাভ কৰা
ಉದಾಹರಣೆ :
প্রসৱৰ বেদনা বাজীয়ে কি জানে ? মই আপোনাৰ কথা বুজি পাওঁ
ಸಮಾನಾರ್ಥಕ : জনা