ಅರ್ಥ : কোনো বিশেষ কাৰণত ব্যৱহাৰ কৰিবৰ কাৰণে ৰাখি থোৱা
ಉದಾಹರಣೆ :
শ্যামে নিৰ্দিষ্ট পোছাক পৰিধান কৰি সমাৰোহলৈ আহিছিল
ಸಮಾನಾರ್ಥಕ : নিৰ্দিষ্ট
ಅರ್ಥ : সাধাৰণতকৈ অতিৰিক্ত তথা তাতকৈ অলপ আগবঢ়া বা যিমান হোৱা উচিত বা হয় তাতকৈ অলপ অধিক
ಉದಾಹರಣೆ :
মই ইয়াত এক বিশেষ কামৰ কাৰণে আহিছোঁ
ಸಮಾನಾರ್ಥಕ : জৰুৰী