ಅರ್ಥ : ব্যাপক হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ :
মহাপুৰুষ কবীৰৰ ৰচনাৰাজিৰ পৰা তেওঁৰ জ্ঞানৰ ব্যাপকতাৰ বিষয়ে জানিব পাৰি
ಸಮಾನಾರ್ಥಕ : ব্যাপকতা
ಅರ್ಥ : বিশাল বা বহুত ডাঙৰ হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ :
সেই ভৱনটোৰ বিশালতাই সকলোকে আকর্ষিত কৰে