ಅರ್ಥ : প্রথমৰ পৰা শেষলৈকে হোৱা এনেকুৱা এখন খেল যʼত খেলৰ হৰা-জিকা আছে
ಉದಾಹರಣೆ :
শ্যামে হাৰি-হাৰি অৱশেষত বাজিটো জিকিল
ಅರ್ಥ : দবা, তাচ আদি খেলত পাত বা গুটি বাজি মাৰিবলৈ আগবঢ়োৱা কার্য
ಉದಾಹರಣೆ :
চাল খেলাৰ এইবাৰ আপোনাৰ পাল
ಸಮಾನಾರ್ಥಕ : চাল