ಅರ್ಥ : বাগধাৰা সঠিক প্ৰয়োগৰ জ্ঞান অথবা ফকৰা যোজনাৰ সঠিক ৰূপত প্ৰয়োগ কৰাৰ জ্ঞান
ಉದಾಹರಣೆ :
বাগধাৰা প্ৰয়োগৰ ক্ষমতা সকলোৰে নাথাকে
ಸಮಾನಾರ್ಥಕ : বাগধাৰা প্ৰয়োগৰ ক্ষমতা
ಅರ್ಥ : কথা-বতৰা কোৱাত যিজন লোক সিদ্ধহস্ত বা চতুৰ
ಉದಾಹರಣೆ :
তেওঁ নিজৰ বাক-পটুতাৰ কাৰণে সকলোকে প্রভাৱিত কৰি লʼব পাৰে
ಸಮಾನಾರ್ಥಕ : বাক-পটুতা