ಅರ್ಥ : কোনো বিশেষ কাম কৰাৰ বাধ্য-বাধকতা
ಉದಾಹರಣೆ :
ৰোগীৰ খোৱা-বোৱাত বান্ধোন লগাওক
ಸಮಾನಾರ್ಥಕ : বান্ধোন
ಅರ್ಥ : বন্ধা কার্য ্বা ভাব
ಉದಾಹರಣೆ :
চোৰটোৱে হাজাৰ চেষ্টা কৰিও বান্ধোনটো খুলিব নোৱাৰিলে
ಸಮಾನಾರ್ಥಕ : বান্ধোন