ಅರ್ಥ : অপৰাধী, শত্রু আদি ধৰা কার্য
ಉದಾಹರಣೆ :
পুলিচে স্পর্শ্্কাতৰ এলেকাৰ অপৰাধীবোৰক বন্দী কৰিবলৈ আৰম্ভ কৰিছে
ಸಮಾನಾರ್ಥಕ : কয়দ
ಅರ್ಥ : যিজন ব্যক্তিক বলপূর্বক্্ভাৱে কোনোৱে ৰাখি থৈছে
ಉದಾಹರಣೆ :
পুলিচে দুজন বন্দীলোকক উগ্রপন্থীৰ হাতৰ পৰা মুক্ত কৰিলে