ಅರ್ಥ : ছেদ কৰা কার্য
ಉದಾಹರಣೆ :
গহনা পিন্ধিবৰ কাৰণে মহিলাসকলে নাক আৰু কাণত ফুটা উলিয়ায় লয়
ಸಮಾನಾರ್ಥಕ : ছেদন
ಅರ್ಥ : কোনো ধৰণৰ পাতলীয়া আৱৰণযুক্ত আৰু ভিতৰৰ ভাগ ফোপোলা বা কোনো কোমল বস্তুৰে ভৰি থকা বস্তু ফাটি যোৱা এক অৱস্থা
ಉದಾಹರಣೆ :
এই ঢোলকটো ফুটি থাকিল
ಸಮಾನಾರ್ಥಕ : ফুটি থকা
ಅರ್ಥ : ভৰি পৰাৰ বাবে আৱৰণ ফালি ওলাই অহা
ಉದಾಹರಣೆ :
ফোঁহাটো ফুটিলে, এতিয়া সোনকালে শুকাই যাব