ಅರ್ಥ : কাগজ আদি ভালদৰে ৰাখিবৰ কাৰণে চাৰিওমূৰ মেৰিয়াই বনোৱা আৱৰণ বিশেষ
ಉದಾಹರಣೆ :
ককাদেউতাই গুৰুত্বপূর্ণ নথি-পত্রবোৰ ফাইলত ৰাখে
ಅರ್ಥ : কোনো এক বিষয় অথবা মোকর্দ্্মাৰ সৈতে সম্বন্ধ থকা কিছুমান কাগজ-পত্রৰ থূপ
ಉದಾಹರಣೆ :
পিয়নজনে ফাইলটো লৈ গৈছে
ಸಮಾನಾರ್ಥಕ : নথি