ಅರ್ಥ : বনস্পতিত থকা মঙহ বা বীজেৰে ভৰপূৰ বীজকোষ, যি কোনো বিশিষ্ট ঋতুত ফুল হোৱাৰ পিছত উৎপন্ন হয়
ಉದಾಹರಣೆ :
তেওঁ ফলৰ ্ দোকানৰ পৰা এক কিলো আম কিনিলে
ಸಮಾನಾರ್ಥಕ : ফলমূল
ಅರ್ಥ : কিহবাৰ অন্তত তাৰ পৰিণাম স্বৰূপে হোৱা
ಉದಾಹರಣೆ :
ধুমপানৰ প্ৰতিফল হৈছে কেন্সাৰ বেমাৰ
ಸಮಾನಾರ್ಥಕ : প্ৰতিফল