ಅರ್ಥ : ধাতু, কাঠ, কাপোৰ, কাগজ, আদি কাটিলে ওলোৱা পাতল টুকুৰা বিশেষ
ಉದಾಹರಣೆ :
দর্জীয়ে ফটাকানিবোৰ একগোট কৰি আছে
ಅರ್ಥ : কোনো বস্তুৰ পৰা ওলোৱা জাবৰ বা লেতেৰা পদার্থ আদি চফা কৰা কাপোৰ বিশেষ
ಉದಾಹರಣೆ :
তেওঁ মেজখন ্চফা কৰিবৰ কাৰণে ফটাকানি বিচাৰি আছে
ಸಮಾನಾರ್ಥಕ : লেচাকানি