ಅರ್ಥ : এঠাইৰ পৰা অন্য ঠাইলৈ লৈ যোৱা কার্য
ಉದಾಹರಣೆ :
পৰিবহনৰ কাৰণে পৰিবাহকৰ আৱশ্যক হৈছে
ಅರ್ಥ : কোনো বস্তু এঠাইৰ পৰা অন্য কোনো ঠাইলৈ কঢ়িয়াই নিয়া কার্য
ಉದಾಹರಣೆ :
মালবস্তু বহন কৰিবৰ কাৰণে তেওঁ এজন কুলীক মাতিলে
ಸಮಾನಾರ್ಥಕ : বহন