ಅರ್ಥ : যিজন ব্যক্তিয়ে বাছত টিকট দি ভাৰা আদায় কৰে
ಉದಾಹರಣೆ :
কনডাক্টৰে বাছত বহি থকা যাত্রীসকলৰ টিকট কাটি আছে
ಸಮಾನಾರ್ಥಕ : কনডাক্টৰ
ಅರ್ಥ : যিজনে কোনো কামৰ পৰিচালনা কৰে বা গতি দিয়ে
ಉದಾಹರಣೆ :
মোৰ খুৰা এই কোম্পানীটোৰ সঞ্চালক
ಸಮಾನಾರ್ಥಕ : সঞ্চালক