ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ প্রয়াণ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

প্রয়াণ   বিশেষ্য

ಅರ್ಥ : শৰীৰৰ পৰা প্রাণবায়ু ওলাই যোৱা কার্য

ಉದಾಹರಣೆ : জন্মিলে মৃত্যু হʼবই

ಸಮಾನಾರ್ಥಕ : আয়ুপাত, আয়ুশেষ, আয়ুস ওকলা-, ইহলোক ত্যাগ কৰা-, কাল, কালগ্রাম, চকু মুদা-, চকুৰ আঁৰ্ হোৱা-, জীৱন পতন, জীৱন পাত কৰা-, ঢুকুৱা-, তিৰোধান, তিৰোভাৱ, দেহাৱসান, ধাতু উৰা-, নাম লুকোৱা-, প্রাণ পখী উৰি যোৱা-, প্রাণ-নাশ, প্রাণত্যাগ, পয়াণ, পৰলোক হোৱা-, বিয়োগ হোৱা-, বৈকুণ্ঠ পয়াণ, মহাপ্রস্থান, মহাপ্রয়াণ, মহাযাত্রা, মৃত্যু, মোক্ষ লাভ, মৰণ, মৰা-, লোকান্তৰ, লোকান্তৰ হোৱা-, হানি হোৱা-

ಅರ್ಥ : এঠাইৰ পৰা আন ঠাইলৈ যোৱা কার্য

ಉದಾಹರಣೆ : ৰামৰ বন গমনৰ খবৰ পাই অযোধ্যাবাসী দুখত ভাগি পৰিল আমি আধা ঘণ্টাৰ পিছত প্রস্থান কৰিম

ಸಮಾನಾರ್ಥಕ : গমন, গুচি যোৱা-, প্রস্থান, পয়াণ, যোৱা-, স্থানত্যাগ, স্থানান্তৰ, ৰাওনা

चौपाल