ಅರ್ಥ : এছিয়া আৰু আমেৰিকাৰ মাজত থকা এখন মহাসাগৰ
ಉದಾಹರಣೆ :
প্রশান্ত মহাসাগৰ পৃথিৱীৰ সকলোতকৈ ডাঙৰ মহাসাগৰ
ಸಮಾನಾರ್ಥಕ : প্রশান্ত মহাসাগৰ
ಅರ್ಥ : যাৰ চিত্ত স্থিৰ
ಉದಾಹರಣೆ :
স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে
ಸಮಾನಾರ್ಥಕ : অচঞ্চল, অমত্ত, শান্ত, স্থিৰ, স্থিৰচিত্ত