ಅರ್ಥ : আওবাটে যোৱা কার্য
ಉದಾಹರಣೆ :
অসৎ বন্ধুৰ প্রলোভনত পৰি ৰামে চোৰ কৰিলে
ಅರ್ಥ : কাৰোবাক লোভ দেখুৱাই নিজৰ ফলীয়া কৰা কোনো কথা বা কাম
ಉದಾಹರಣೆ :
কান্দি থকা শিশুটোক প্রলোভন জৰিয়তে সহজে শান্ত কৰিব পৰা যায়
ಸಮಾನಾರ್ಥಕ : লালসা