ಅರ್ಥ : লʼৰা-ছোৱালীয়ে খেলিবৰ কাৰণে সাজি লোৱা কাপোৰ, কাগজ আদিৰ বস্তু
ಉದಾಹರಣೆ :
দেউতাই পৱনৰ কাৰণে এটা পুতলা কিনিলে
ಸಮಾನಾರ್ಥಕ : খেলনা
ಅರ್ಥ : কাঠ, খেৰ, কাপোৰ আদিৰে বনোৱা মানুহ আকৃতিৰ বস্তু বিশেষ
ಉದಾಹರಣೆ :
দছেৰাৰ দিনা ৰাৱণৰ পুত্তলিকা দাহ কৰা হয়
ಸಮಾನಾರ್ಥಕ : পুত্তলিকা