ಅರ್ಥ : খিৰিকি বা দর্জা আদিত লগোৱা কাঠ আদিৰ অংশ যাক চৌকাঠত লগাই খোলা-মেলা কৰা হয়
ಉದಾಹರಣೆ :
আন্ধাৰৰ কাৰণে খিৰিকিৰ পাল্লাখন খুলি দিয়া হৈছে
ಸಮಾನಾರ್ಥಕ : কপাট
ಅರ್ಥ : তর্জুৰ ্পাল্লা
ಉದಾಹರಣೆ :
তেওঁ ওজন কৰিবৰ কাৰণে তর্জুৰ এখন পাল্লাত দগা ৰাখি আনখনত বস্তু ৰাখিলে
ಸಮಾನಾರ್ಥಕ : পালা