ಅರ್ಥ : কাঠ, কাপোৰ, ধাতু আদিৰ পাতল, চেপেটা আৰু দীঘল টুকুৰা
ಉದಾಹರಣೆ :
বাঢ়ৈয়ে কাঠৰ পাটবোৰ একগোট কৰি আছে
ಅರ್ಥ : যি সাঁচ বা কাথামোৰ ওপৰত বহি ৰাজমিস্ত্ৰী বা কাৰিকৰে কাম কৰে
ಉದಾಹರಣೆ :
ৰাজমিস্ত্ৰিয়ে পীৰাৰ পৰা নামি কথা কʼবলৈ ধৰিলে
ಸಮಾನಾರ್ಥಕ : পীৰা