ಅರ್ಥ : গাখীৰ ফটাই তাৰ পানীভাগ আঁ্তৰালে ৰৈ যোৱা অংশ
ಉದಾಹರಣೆ :
পনীৰেৰে নানা ধৰণৰ মিঠাই আৰু তৰকাৰী বনাব পাৰি
ಸಮಾನಾರ್ಥಕ : চানা
ಅರ್ಥ : দৈ গাখীৰৰ পৰা পানীভাগ বাহিৰ কৰি তাৰ চানাখিনি জমা কৰি তৈয়াৰ কৰা একধৰণৰ গোটা খাদ্য
ಉದಾಹರಣೆ :
মোৰ ছোৱালীজনীয়ে পনীৰ খাই বৰ ভাল পায়
ಸಮಾನಾರ್ಥಕ : চীজ