ಅರ್ಥ : * কোনো কর্মচ্াৰীক অস্থায়ী কামৰ কাৰণে এজনক আনজনৰ ঠাইত স্থানান্তৰিত কৰা
ಉದಾಹರಣೆ :
সেনাধ্যক্ষই এগৰাকী বিষয়াক সাগৰৰ পাৰত ডিউটী কৰিবলৈ নিযুক্ত কৰিলে
ಸಮಾನಾರ್ಥಕ : নিযুক্ত কৰা
ಅರ್ಥ : কোনো বস্তু, ব্যক্তি আদিক এঠাইৰ পৰা আন এঠাইলৈ লৈ যোৱা বা যাবলৈ দিয়া
ಉದಾಹರಣೆ :
ৰামে অঙ্গদক দূত হিচাপে ৰাৱণৰ ওচৰলৈ পঠালে মই এখন চিঠি পঠিয়ালো
ಸಮಾನಾರ್ಥಕ : পঠিওৱা, ৰাওনা হোৱা
ಅರ್ಥ : কোনো নির্দিষ্ট কামৰ কাৰণে প্রেৰণ কৰা
ಉದಾಹರಣೆ :
পর্যবেক্ষণৰ কাৰণে চৰকাৰৰ দ্বাৰা পঠোৱা দল ইয়াত আহি পাইছেহি
ಸಮಾನಾರ್ಥಕ : ৰাওনা