ಅರ್ಥ : যিজন ব্যক্তিৰ হাতত অস্ত্র নাই
ಉದಾಹರಣೆ :
নিৰস্ত্রৰ ওপৰত প্রহাৰ কৰাটো কʼৰ ন্যায়?
ಸಮಾನಾರ್ಥಕ : অস্ত্রহীন
ಅರ್ಥ : যাৰ হাতত কোনো অস্ত্র নাই
ಉದಾಹರಣೆ :
যুদ্ধত অস্ত্রহীন যোদ্ধাক আঘাত কৰা অধর্ম
ಸಮಾನಾರ್ಥಕ : অস্ত্রহীন