ಅರ್ಥ : কোনো কামৰ কাৰণে বহুতৰ মাজৰ পৰা এজনক বা কিছুমানক প্রতিনিধি হিচাপে বাচনি কৰা কার্য
ಉದಾಹರಣೆ :
আগন্তুক লোকসভাৰ নি্র্বাচন প্রস্তুতি আৰম্ভ হৈ গৈছে
ಸಮಾನಾರ್ಥಕ : ইলেকচন
ಅರ್ಥ : নি্র্বাচিত বস্তু বা ব্যক্তি
ಉದಾಹರಣೆ :
এই পদটোৰ কাৰণে আপোনাৰ নি্র্বাচন প্রশংসাৰ যোগ্য
ಸಮಾನಾರ್ಥಕ : পচন্দ