ಅರ್ಥ : মনে মনে থকা অৱস্থা বা কার্য
ಉದಾಹರಣೆ :
শিক্ষকে প্রশ্ন সোধাৰ পিছতে সভাকক্ষত মৌনতা বিৰাজ কৰিলে
ಸಮಾನಾರ್ಥಕ : নিৰবতা, নীৰবতা, নীৰৱতা, মৌনতা, শ্্ব্দ নকৰা-
ಅರ್ಥ : প্রায়ভাগেই মনে মনে থকা বা মনৰ ভাৱবোৰক মনতে ৰাখোতা
ಉದಾಹರಣೆ :
তেওঁ নিমাত স্বভাৱৰ পৰা সকলোৱে আমনি পায়
ಸಮಾನಾರ್ಥಕ : অল্পভাষী