ಅರ್ಥ : কোনো কথা, বস্তু আদিক স্বীকাৰ নকৰা কার্য
ಉದಾಹರಣೆ :
আপুনি মোৰ এই অনুৰোধ অস্বীকাৰ নকৰিব
ಸಮಾನಾರ್ಥಕ : অস্বীকাৰ
ಅರ್ಥ : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
ಉದಾಹರಣೆ :
চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
ಸಮಾನಾರ್ಥಕ : অননুমোদিত, অস্বীকৃত, খাৰিজ, প্রত্যাখ্যাত