ಅರ್ಥ : ওপৰৰ পৰা তলৰ ফালে অনা কার্য
ಉದಾಹರಣೆ :
কুঁৱলীৰ কাৰণে উৰাজাহাজ অৱতৰণত অসুবিধা হৈছে
ಸಮಾನಾರ್ಥಕ : অৱতৰণ
ಅರ್ಥ : থিয় হৈ থকা কোনো বস্তুক হাউলিবলৈ প্রবৃত্ত কৰা
ಉದಾಹರಣೆ :
ফল চিঙিবৰ কাৰণে ডালবোৰ তললৈ নমোৱা হয়
ಸಮಾನಾರ್ಥಕ : হাউলা
ಅರ್ಥ : ওপৰৰ পৰা তলৰ ফালে অনা
ಉದಾಹರಣೆ :
মোহনে ট্রাকৰ পৰা বস্তু নমাই আছে