ಅರ್ಥ : কাগজ আদিৰ ভালেমান টুকুৰা একে লগে মিলাই গাঁঠি থোৱা কার্য
ಉದಾಹರಣೆ :
কেৰাণীজনে কাগজবোৰ নথিভুক্ত কৰি আছে
ಸಮಾನಾರ್ಥಕ : নথিভুক্ত
ಅರ್ಥ : কোনো এক বিষয় অথবা মোকর্দ্্মাৰ সৈতে সম্বন্ধ থকা কিছুমান কাগজ-পত্রৰ থূপ
ಉದಾಹರಣೆ :
পিয়নজনে ফাইলটো লৈ গৈছে
ಸಮಾನಾರ್ಥಕ : ফাইল