ಅರ್ಥ : কেইবাজনো মানুহে কান্ধত তুলি ভাৰ বৈ নিয়া এবিধ বাহন
ಉದಾಹರಣೆ :
কইনা দোলাত বহি আছে
ಅರ್ಥ : চন্দুকৰ নিচিনা দোলাতকৈ অলপ ভিন্ন আকৃতিৰ বাহন যাক কঁ্হাৰে কান্ধত লৈ যায়
ಉದಾಹರಣೆ :
ৰজাই দোলাত বহি নগৰ ভ্রমণ কৰিবলৈ ওলালে
ಸಮಾನಾರ್ಥಕ : পাল্কী
ಅರ್ಥ : মন চঞ্চল হোৱা অৱস্থা
ಉದಾಹರಣೆ :
ৰাধাৰ সুন্দৰতা দেখি মোহনৰ মনত দোলা দি গʼল
ಸಮಾನಾರ್ಥಕ : দোলা দিয়া