ಅರ್ಥ : যি সময়ৰ মাজত কোনো বিশেষ কথা থাকে
ಉದಾಹರಣೆ :
কলেজৰ দিনত আমি বহুত ফুর্তি কৰিছিলো
ಅರ್ಥ : শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা
ಉದಾಹರಣೆ :
মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়
ಸಮಾನಾರ್ಥಕ : দিৱস