ಅರ್ಥ : ৰহৰ, মগু, বুট আদি শস্য দলি তৰকাৰী হিচাপে ৰান্ধি খোৱা খাদ্য
ಉದಾಹರಣೆ :
তেওঁ ্ মগু দাইলৰ পকৰি খুউব ভাল পায়
ಸಮಾನಾರ್ಥಕ : দাইল
ಅರ್ಥ : যি অন্নৰে দাইল আদি বনোৱা হয়
ಉದಾಹರಣೆ :
আজিকালি বজাৰত দালিৰ আকাশলঙ্ঘী দাম হৈছে